শ্ৰাব্য

পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ "টেটোন তামুলি" নাটৰ শ্ৰাব্যৰূপ



তলৰ লিংকটোত নাটখন শুনিবলৈ পাব...

টেটোন তামুলিৰ শ্ৰাব্যৰূপ




      ==========================================================





ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ হ-য-ব-ৰ-ল নাটৰ শ্ৰাব্যৰূপ


 


'হ-য-ব-ৰ-ল', ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰদ্বাৰা ৰচিত আৰু বাঁহী, দ্বিতীয় বছৰ, একাদশ সংখ্যা (ফাগুন- ১৮৫৩ শক)-ত প্ৰকাশিত এখন তিনিটা দৃশ্যৰ চক্ৰান্তমূলক, পৰিস্থিতি ভিত্তিক নাটক৷ 'হ-য-ব-ৰ-ল' শব্দটোৰ অন্যতম অৰ্থ হ'ল ওলট-পালট বা গোলমলীয়া৷ এটা কুকুৰক কেন্দ্ৰ কৰি নাটকীয় চক্ৰান্তটো সৃষ্টি হৈছে৷ কাহিনী অনুসৰি 'পীতৰাম'ৰ ঘৈণীয়েক 'ললিতা'ই কুকুৰ ভাল পায়৷ কিন্তু পীতৰামে কুকুৰ চকু পাৰি দেখিব নোৱাৰে৷ সেয়ে পীতৰামে বন্ধুপত্নী 'ৰুক্মিণী' আৰু বন্ধুপুত্ৰ 'টেপু'ৰ সহযোগত কুকুৰটো আঁতৰাবলৈ ফন্দি পাতে৷ কিন্তু 'টেপু'ৱে কুকুৰটো ক'ৰবাত লুকুৱাই থৈ অহাৰ ফলত বিষম প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ পীতৰাম আৰু পত্নী ললিতাৰ মাজত কথা-বাৰ্তা, খোৱা-লোৱা বন্ধ হয়৷ 'হ-য-ব-ৰ-ল'ক এখন সফল একাঙ্কিকা নাটক বুলি স্বীকৃতি দিব পাৰি৷
এই নাট্য-পাঠ ফেচবুকৰ অসমীয়াত কথা-বতৰাগোটৰ এটা পৰীক্ষামূলক প্ৰকল্পৰ যোগেদি সামূহিক স্বেচ্ছামূলক অৱদানেৰে প্ৰস্তুত কৰা হৈছিল।


নাটখন শুনিবলৈ তলৰ লিংকটোলৈ  যাব পাৰে।




                                           ===============================








 ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ সৰবজান সাধুটিৰ শ্ৰাব্যৰূপ




সাধুটোৰ লিংক...
  

No comments:

Post a Comment