-নবকান্ত বৰুৱা
তিনি বৰণীয়া
জাতীয় পতাকা
নীল আকাশত নাচে,
ওপৰে গেৰুৱা মাজত
শুকুলা
তলত শ্যামল আছে।
বগাৰ মাজত অশোক
চক্ৰৰ
চিত্ৰ জিলিকি ৰয়,
আমাৰ জাতীয় পতাকাখনিৰ
কদাপি নহয় ক্ষয়।
=====================
=====================